নিউজ ডেস্ক, ১৯ চেপ্তেম্বৰঃ বিশ্বকৰ্মাৰ আনন্দৰ মাজতেই টিংখাঙত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত দুজন আৰু আহত হয় কেইবাজনো লোক। আহতসকলক ভৰ্তি কৰোৱা হৈছে হাস্পতালত।
ৰাজপথত এখন ইক’ বাহন কেইবাবাৰো বাগৰি যোৱাৰ ফলত দুজন থিতাতে নিহত হয় আৰু বাহনখনত থকা আন কেইবাজনো লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ AS06AG3176।
Comments are closed, but trackbacks and pingbacks are open.