মৰিয়নি-নাগালেণ্ড পথত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ১০ জন যাত্ৰী

নিউজ ডেস্ক, ২০ চেপ্তেম্বৰঃ মৰিয়নি-নাগালেণ্ডৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী ট্ৰাকে মহটিয়ালে যাত্ৰীবাহী টাটা ছুম’। দুৰ্ঘটনাত থিতাতে নিহত ১০জনকৈ যাত্ৰী। নাগালেণ্ডৰ জোনোপোটৰ পৰা আগ্নাটোলৈ যোৱাৰ পথত সংঘটিত এই দুৰ্ঘটনা।

প্রায় ২০০ ফুট তলত বাগৰি পৰে দুয়োখন বাহন। প্রৱল বৃষ্টিপাতৰ ফলত সংঘটিত হয় এই ভয়াৱহ দুৰ্ঘটনা। আনহাতে মালবাহী ট্ৰাকৰ চালক-হেণ্ডিমেনৰ অৱস্থা সংকটজনক।

AccidentAssamAssamese NewsDaily time axomIndiaInjuredKilledNagalandNorth East