নিউজ ডেস্ক, ২১ চেপ্তেম্বৰঃ যোৰাবাট আৰক্ষীৰ জালত ২লাখ নকল টকাসহ ৩ জালনোট সৰবৰাহকাৰী৷ চৈধ্য মাইলৰ পৰা যোৰাবাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সৰবৰাহকাৰী দুটাক৷
ধৃত সৰবৰাহকাৰীকেইটা বিহপুৰীয়াৰ মহম্মদ আব্দুল কাদিৰ,চমিৰুদ্দিন আৰু গোৱালপাৰাৰ ৰুবি আলী। আৰক্ষী অহাৰ উমান পাই সৰবৰাহকাৰী কেইটাই নোট ছপা কৰা মেচিন জ্বলাই দিয়ে। ইয়াৰোপৰি ধৃত কেইজনৰ পৰা আৰক্ষীয়ে ৩টাকৈ মোবাইল ফোনো জব্দ কৰে।
Comments are closed, but trackbacks and pingbacks are open.