নিউজ ডেস্ক, ২২ চেপ্তেম্বৰঃ মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে বিএছএফৰ গুলীচলনা।ভাৰত-বাংলাদেশ সীমান্তৰ কানাইমাৰাত বি এছ এফৰ গুলীত নিহত হয় চোৰাং গৰু সৰবৰাহকাৰী।
নিহত চোৰাং সৰবৰাহকাৰীটোৰ নাম মিণ্টু শেষ।খাৰুৱাবান্ধা আৰক্ষী চকীৰ অন্তৰ্গত কানাইমাৰা গাঁৱৰ মিণ্টু শেষ।দ্বিপচৰ বিএছএফ কেম্প এলেকাত ৪৫ নং বেটেলিয়ান জোৱানে গুলী চালনা কৰিছিল।
জানিব পৰা মতে, কাইটীয়া তাঁৰৰ বেৰৰ ওপৰেৰে পাৰ কৰি গৰু সৰবৰাহ কৰিবলৈ চেষ্টা কৰাৰ সময়তে বিএছএফে গুলী চালনা কৰে।
Comments are closed, but trackbacks and pingbacks are open.