গুৱাহাটীত জলব’ৰ্ডে পুনৰ প্ৰাণ ল’লে এজনৰ

নিউজ ডেস্ক, ২৩ চেপ্তেম্বৰঃ মহানগৰীত পুনৰ জলব’ৰ্ডৰ গাঁতত পৰি মৃত্যু এজন লোক।হেঙেৰাবাৰীৰ পথৰ জাইকাৰ গাঁতত পৰাৰ ফলত মৃত্য এজন যুৱক।যুৱকজনৰ নাম মণ্টু ডেকা।বৃহস্পতিবাৰে নিশা গাঁতত পৰিছিল যুৱকজন।

হেঙেৰাবাৰী লিচু বাগানত ঘৰ মণ্টুৰ। নিশা হেঙেৰাবাৰীৰ মূল পথৰে আহি থাকোঁতে গাঁতত পৰিছিল যুৱকজন।পৰৱৰ্তী সময়ত দিছপুৰ পলিক্লিনিকত ভৰ্তি কৰোৱা হৈছিল যুৱকজনক। শনিবাৰে চিকিৎসাধীন অৱস্থাত মৃত্যু হয় যুৱকজনৰ।

AssamAssamese NewsDaily time axomDeathGuwahatiIndia