বৰহোলা আৰক্ষীয়ে থানা ঘেৰাও ৰাইজৰ

ৰন্টু শইকীয়াক গ্ৰেপ্তাৰ কৰাৰ দাবীত উত্তাল ৰাইজৰ।

৪৮ ঘন্টা পাৰ হোৱাৰ পাছতো অভিযোগকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নহল বৰহোলা আৰক্ষী।

আঠখেলীয়া কৰ্ণধাৰ সমিতিৰ সম্পাদক চন্দ্ৰ পাঠকক পহাৰ কৰা ৰন্টু শইকীয়াক গ্ৰেপ্তাৰ কৰাৰ দাবীত ৰাইজে ঘেৰাও কৰিছে বৰহোলা আৰক্ষীয়ে থানা।

আঠখেলীয়া নামঘৰৰ কৰ্ণধাৰ সমিতিৰ সম্পাদক চন্দ্ৰ পাঠকৰ ন্যায়ৰ দাবী উত্তাল কৰি তোলে বৰহোলা আৰক্ষী থানা
গেটৰ সন্মুখত বহি উত্তাল প্ৰতিবাদ সাব্যস্ত শতাধিক প্ৰতিবাদকাৰীয়ে।
যদি আজি ভিতৰতে ৰণটো শইকীয়া গ্ৰেপ্তাৰ নকৰে অন্নশন কৰাৰ হুংকাৰ প্ৰদান কৰিছে চন্দ্ৰ পাঠকৰ পৰিয়ালৰ লগতে গাঁওবাসীয়ে।
যোৰহাটৰ আৰক্ষী অধীক্ষক গৰাকী আহি ৰণটো শইকীয়া আটক কৰিম বুলি প্ৰতিশ্ৰুতি নিদিয়ালৈকে শান্তা নহও বুলি উত্তাল প্ৰতিবাদ কৰে প্ৰতিবাদ কাৰীয়ে।

AssamAssamese NewsDaily time axomGuwahatiIndiaInternational
Comments (0)
Add Comment