Daily Time Axom

পুনৰ বিদ্যুৎ বিভাগৰ মাধমাৰ সাধাৰণ জনতাক, পুনৰ বৃদ্ধি বিদ্যুতৰ মাচুল

41

নিউজ ডেস্ক, ১ অক্টোবৰঃ পুনৰ গ্ৰাহকৰ মূৰত মাধমাৰ APDCLৰ। ৰাজ্যত বৃদ্ধি পালে বিদ্যুতৰ মাচুল।প্ৰতি ইউনিটত ১.২৯ টকা পৰ্যন্ত বৃদ্ধি।দেওবাৰৰ পৰাই বলৱৎ‍ হ’ব এই নতুন নিৰিখ।

৩০০ ইউনিটলৈ বৃদ্ধি পাব ৩০ পইচাকৈ।৩০১-৫০০ ইউনিটলৈ ৫০ পইচাকৈ আৰু ৫০০ ইউনিটকৈ অধিক ব্যৱহাৰ কৰিলে প্ৰতি ইউনিটত ১.২৭ টকাকৈ বৃদ্ধি পাব বিদ্যুতৰ মাচুল।

আনহাতে বাণিজ্যিক আৰু উদ্যোগিক ক্ষেত্ৰত প্ৰতি ইউনিটত ১.২৯ টকা পৰ্যন্ত বৃদ্ধি পাব।

Comments are closed, but trackbacks and pingbacks are open.