নিউজ ডেস্ক, ২ অক্টোবৰঃ আজি গান্ধী জয়ন্তী। আজি জাতিৰ পিতা-মহামানৱ মহাত্মা গান্ধীৰ ১৫৪সংখ্যক জন্ম জয়ন্তী। এই পবিত্ৰ দিনটোত মহামানৱ মহাত্মা গান্ধীৰ প্ৰতি সন্মান জনাই সমগ্ৰ দেশজুৰি পালন কৰা হৈছে গান্ধী জয়ন্তী।
গান্ধী জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱাই দিল্লীৰ ৰাজঘাটত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সমগ্ৰ দেশৰ লগতে অসমতো গান্ধী জয়ন্তীৰ বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। গুৱাহাটীৰ গান্ধী মণ্ডপতো আয়োজন কৰা হৈছে বিশেষ কাৰ্যসূচীৰ।
Comments are closed, but trackbacks and pingbacks are open.