নিউজ ডেস্ক, ৪ অক্টোবৰঃ চীনৰ হাংঝৌত অনুষ্ঠিত এছিয়ান গেমছত ৰূপৰ পদক লাভলীনা বৰগোঁহাইৰ। চীনৰ লি কিউয়ানৰ বিৰুদ্ধে তীব্ৰ যুঁজ দিয়াৰ স্বত্ত্বেও ফাইনেলত থমকিল লাভলীনা।মহিলাৰ ৭৫ কেজি শাখাৰ বক্সিঙৰ ফাইনেলত পৰাস্ত লাভলীনা।
এই সফলতা অৰ্জন কৰাৰ লগে লগে এছিয়ান গেমছৰ ফাইনেলত প্ৰৱেশৰ সূত্ৰে পেৰিছ অলিম্পিকলৈ যোগ্যতা অৰ্জন লাভলীনাৰ।
Comments are closed, but trackbacks and pingbacks are open.