Daily Time Axom

নলবাৰীৰ তন্ত্ৰ শংকৰাত সৰ্পদংশনত মৃত্যু হোৱা শিশুক উটুৱাই দিয়া হ’ল নদীত

0 41

নলবাৰীৰ তন্ত্ৰ শংকৰাত কৰুণ ঘটনা। সৰ্পদংশনত মৃত্যু হোৱা শিশুক উটুৱাই দিয়া হ’ল নদীত। GMCHত চিকিৎসাধীন অৱস্থাতে মৃত্যু হৈছিল ঈশানী কাশ্যপৰ। ৰাজু ডেকা, চিমি ডেকাৰ কন্যা ঈশানী কাশ্যপ।
মঙলবাৰে নিশা সাপে খুঁটিছিল ঈশানীক। লগে লগে ভৰ্তি কৰোৱা হৈছিল নলবাৰী হাস্পতালত। এদিন ৰখাৰ পাছতো এণ্টিভেনাম নিদিয়াৰ অভিযোগ চিকিৎসালয়খনৰ বিৰুদ্ধে। এদিন পাছত গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল।

Leave A Reply

Your email address will not be published.