মহানগৰীত কৃত্ৰিম বানৰ বাবে বাতিল কেইবাখনো শিক্ষানুষ্ঠানৰ পৰীক্ষা, বন্ধ কেইবাখনো শিক্ষানুষ্ঠান

নিউজ ডেস্ক, ৬ অক্টোবৰঃ গুৱাহাটী মহানগৰীত কৃত্ৰিম বান। নেৰা-নেপেৰা বৰষুণৰ ফলত যোৱা দুদিন ধৰি জলবন্দী হৈ পৰিছে মহানগৰবাসী। মহানগৰীত ভয়ানক কৃত্ৰিম বানৰ কবলত বহু শিক্ষানুষ্ঠান। কৃত্ৰিম বানৰ বাবেই বাতিল কেইবাখনো বিদ্যালয়ৰ ছমহীয়া পৰীক্ষা।

আনহাতে বানত আবদ্ধ লোকৰ বাবে হেল্পলাইন মুকলি প্ৰশাসনৰ। 9365429314 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জিলা প্ৰশাসনৰ

AssamAssamese NewsDaily time axomFloodGuwahatiIndiaSchool Closed