বলীউডৰ ডিভা জাহ্নৱী কাপুৰে সাহসী সাজ-পোছাক পৰিধান কৰি ইনষ্টাগ্ৰামত দৃষ্টি আকৰ্ষণ কৰে।
শেহতীয়াকৈ এটা ফটো শ্বুটত তেওঁ আবদ্ধ হৈ পৰিছিল সম্পূৰ্ণ বেলেগ মুডত। ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে ছবিখন। শ্ৰীদেৱীৰ কন্যা সঁচাকৈয়ে অনন্য। এখন ছবি পোষ্ট কৰি অভিনেত্ৰীগৰাকীয়ে কেপচনত লিখিছে, ‘সপোন দেখা মানুহৰ ছবি। কাম শেষ হোৱাৰ পিছত।’