Daily Time Axom

বিশ্ব ঐতিহ্যক্ষেত্ৰৰূপে স্বীকৃতি পোৱাৰ দিশত চৰাইদেউ মৈদাম

35

নিউজ ডেস্ক, ৭ অক্টোবৰঃ বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতিৰ দিশে চৰাইদেউ মৈদাম৷ আজি চৰাইদেউলৈ আহিব UNESCOৰ বিশেষজ্ঞ প্ৰতিনিধি৷

বিয়লি প্ৰায় ৩.৩০ বজাত ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰত উপস্থিত হ’ব দলটো।যাৰ বাবে সজাই-পৰাই তোলা হৈছে চৰাইদেউ মৈদামস্থলী৷

৯ অক্টোবৰৰ বিয়লি পৰ্যন্ত মৈদাম এলেকাৰ বিভিন্ন তথ্য, সমল সংগ্ৰহ কৰিব প্ৰতিনিধিৰ দলটোৱে৷ এই তথ্যৰ ভিত্তিতেই প্ৰতিবেদন দাখিল কৰিব দলটোৱে আৰু অহা বছৰত বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰিব UNESCO-ই।

Comments are closed, but trackbacks and pingbacks are open.