এছিয়ান গেমছত ইতিহাস ৰচিলে ভাৰতে, এই পৰ্যন্ত ১০০টা পদক লাভ

নিউজ ডেস্ক, ৭ অক্টোবৰঃ এছিয়ান গেমছত ভাৰতৰ সৰ্বোৎকৃষ্ট প্ৰদৰ্শন। বৰ্তমানলৈকে ১০০ টা পদক লাভ ভাৰতৰ।পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি এই বৰ্ষত ইতিহাস ৰচিলে ভাৰতে।আজি তিনিটা সোণ, এটা ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰে ভাৰতে।২৫ টা স্বৰ্ণ, ৩৫টা ৰূপ, ৪০টা ব্ৰঞ্জৰ পদকেৰে সৰ্বমুঠ ১০০ টা পদকেৰে তালিকাৰ চতুৰ্থ স্থানত ভাৰত।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে মুঠ ৭০টা পদক অৰ্জন কৰিছিল এছিয়ান গেমছত।

Asian GamesAssamese NewsChinaDaily time axomIndiaSports