বেংগালুৰুৰ ফটকাৰ দোকানত অগ্নিকাণ্ড, ১২ জন লোকৰ মৃত্যু

শনিবাৰে কৰ্ণাটকৰ ৰাজধানী বেংগালুৰুৰ আট্টিবেলেত ফটকাৰ দোকানত অগ্নিকাণ্ড সংঘটিত হোৱাত ১২ জন লোকৰ মৃত্যু হয়। এই ঘটনাক লৈ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়াই। তেওঁ কয় যে অনেকলৰ সমীপত ফটকাৰ দোকানত ১২ জন লোকৰ অগ্নিকাণ্ডত ১২ জন লোকৰ মৃত্যু হোৱাৰ খবৰটো শুনি মোৰ বৰ দুখ লাগিছে।

AssamDaily time axomGuwahatiIndiaInternationalNew DelhiWorld
Comments (0)
Add Comment