জেৰুজালেমত আবদ্ধ মেঘালয়ৰ ২৭ জন লোক India By dailytimeaxom Last updated Oct 8, 2023 0 38 Share পবিত্ৰ তীৰ্থযাত্ৰাৰ বাবে জেৰুজালেমলৈ যোৱা মেঘালয়ৰ ২৭ জন নাগৰিক বেথলেহমত আবদ্ধ হৈ আছে। মেঘালয়ৰ মুখ্যমন্ত্ৰী চাংমাই টুইট কৰি কয় যে তেওঁলোক নিৰাপদে ঘৰলৈ উভতি অহাটো নিশ্চিত কৰিবলৈ মই বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সৈতে যোগাযোগত আছো। AssamAssamese NewsDaily time axomGuwahatiIndiaInternational 0 38 Share FacebookTwitterGoogle+ReddItWhatsAppPinterestEmail