নিউজ ডেস্ক, ১১ অক্টোবৰঃ আফগানিস্তানত পুনৰ প্ৰৱল ভূমিকম্পৰ জোকাৰণি। ৰিখটাৰ স্কেলত ভূঁইকঁপৰ মাত্ৰা ৬.৩। এই ভূমিকম্প আফগানিস্তানৰ উত্তৰ-পশ্চিম অংশত অনুভৱ কৰা হৈছে।ইয়াৰ কেন্দ্ৰ মাটিৰ পৰা ১০ কিলোমিটাৰ গভীৰতাত আছিল।
ভূমিকম্পত বিস্তৰ ক্ষয়ক্ষতিৰ আশংকা কৰা হৈছে যদিও কোনো প্ৰাণহানি হোৱা নাই।
উল্লেখ্য যে, ৭ অক্টোবৰৰ ভূমিকম্পত আফগানিস্তানত মৃত্যু হোৱা লোকৰ সংখ্যা ৩ হাজাৰৰো অধিক আছিল।
Comments are closed, but trackbacks and pingbacks are open.