Daily Time Axom

আগৰতলাৰ পৰা পোনে পোনে মুম্বাইলৈ ৰে’ল সেৱা আৰম্ভ

0 36

অহা ১৫ অক্টোবৰৰ পৰা আগৰতলাৰ পৰা মুম্বাইলৈ লোকমান্য তিলক-কামাখ্যা এক্সপ্ৰেছ ৰেল সেৱা আৰম্ভ হ’ব।

আগৰতলাৰ পৰা মুম্বাইলৈ যোৱা এই ৰে’লখন আগৰতলা ৰে’ল ষ্টেচনত উদ্বোধন কৰিব ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ড০ মাণিক সাহা আৰু কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে। অৱশ্যে ভাৰ্চুৱেলি উদ্বোধন কৰিব ৰে’ল মন্ত্ৰীগৰাকীয়ে। ৰাজ্যৰ পৰিবহণ মন্ত্ৰী সুশান্ত চৌধুৰীয়ে কয়, ‘ত্ৰিপুৰাৰ পৰা বহু লোক উচ্চ শিক্ষাকে ধৰি বিভিন্ন চাকৰিৰ বাবে মুম্বাইলৈ যায়। আগৰতলাৰ পৰা মুম্বাইলৈ বিমান যাত্ৰাত বহুত খৰচ হয়। এতিয়া আগৰতলাৰ পৰা পোনে পোনে মুম্বাইলৈ যাব পাৰিব

Leave A Reply

Your email address will not be published.