নিউজ ডেস্ক, ১৮ অক্টোবৰঃ আজি অসমীয়াৰ হেঁপাহৰ কাতি বিহু। তুলসী তলৰ চাকিগছি, আকাশ বন্তিৰ পোহৰে উজলাব চৌদিশ।ৰাজ্যজুৰি লখিমীক আদৰাৰ ব্যাপক প্ৰস্তুতি।কাতি বিহুক লৈ ব্যস্ত হৈ পৰে প্ৰতিজন চহা অসমীয়া।
আজি তুলসী গছৰ তলত চাকিগচি জ্বলাই পৰিয়ালৰ লগতে দহৰ মংগল কামনা কৰিব। লগতে খেতিডৰাত চাকি জ্বলাই শস্যৰ বৃদ্ধিৰ বাবে লক্ষ্মী দেৱীক প্ৰাৰ্থনা জনাব।
Comments are closed, but trackbacks and pingbacks are open.