Daily Time Axom

আজি বিশ্বকাপত ভাৰত-বাংলাদেশৰ যুঁজ

70

নিউজ ডেস্ক, ১৯ অক্টোবৰঃ ICC এদিনীয়া বিশ্বকাপ ২০২৩ৰ ১৭তম মেচত ভাৰতৰ বিৰুদ্ধে খেলপথাৰত নামিব বাংলাদেশ। বিয়লি ২ বজাৰ পৰা আৰম্ভ হ’ব মেচখন। মেচখন অনুষ্ঠিত হ’ব পুনেস্থিত মহাৰাষ্ট্ৰ ক্ৰিকেট এচচিয়েচন ষ্টেডিয়ামত।

উল্লেখ্য যে, এদিনীয়া বিশ্বকাপত ক্ৰমাগতভাৱে তিনিখন মেচ জিকিছে ভাৰতীয় দলে।

Comments are closed, but trackbacks and pingbacks are open.