অবিশ্বাস্য! আফ্ৰিকাৰ মুছা ১০২টা সন্তানৰ পিতৃ

এই পৃথিৱীত কি যে অদ্ভুত মানুহ আছে! আফ্ৰিকাৰ উগাণ্ডাৰ লুছাকাৰ বাসিন্দা মুছা হাছিয়া কাছেৰা। এই ৬৮ বছৰীয়া মুছাৰ ১২ গৰাকী পত্নী, ১০২ গৰাকী সন্তান, ৫৭৮ গৰাকী নাতি আছে! এয়া কোনো কাহিনী নহয়! মুছাই কয় যে তেওঁ কেৱল প্ৰথম আৰু শেষ সন্তানৰ নামহে মনত পেলাব পাৰে। বাকীবোৰৰ নাম তেওঁ মনত নাই !

AssamAssamese NewsDaily time axomInternational
Comments (0)
Add Comment