ভাৰতলৈ আঠ দিনীয়া ভ্ৰমণসূচীৰে আহি আজি অসমত উপস্থিত হৈছেহি ভূটানৰ ৰজা জিগমে খেছাৰ নামগ্যাল ৱাংচুক

ভূটানৰ ৰজা জিগমে খেছাৰ নামগ্যাল ৱাংচুক শুকুৰবাৰে আঠ দিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত হৈছে। তেওঁৰ লগত আহি আছে ভূটান চৰকাৰৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰিব ভূটানৰ ৰজাই। সূত্ৰ অনুসৰি এই বৈঠকত কেইবাটাও বিষয়ৰ ওপৰত আলোচনা হ’ব পাৰে।

Comments (0)
Add Comment