টকেয়ামাৰীত অন্থাইবাৰী ভিচিডিচিৰ উদ্যোগত খেল মহাৰণ অনুষ্ঠিত

গোসাইগাঁও মহকুমাৰ কচুগাঁও উন্নয়ন খণ্ডৰ অন্তৰ্গত অন্থাইবাৰী ভিচিডিচিত অসম চৰকাৰৰ খেল মহাৰন আৰম্ভ। Under 19 আৰু Above 19 অন্তৰ্ভুক্ত এথলেটিক,ফুটবল,কাবাদি,খোখো,ভলিবল,দৌৰ আদি বিভিন্ন খেলৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়।
প্ৰথম পৰ্যায়ত ভিচিডিচি,দ্বিতীয় পৰ্যায়ত সমষ্টি আৰু অন্তিম পৰ্যায় ৰাজ্যিক ভিত্তিত খেলিবলৈ সুযোগ পাব ভাল খেলুৱৈসকল। বৰ্তমান যুৱ সমাজক খেলৰ প্ৰতি আগ্ৰহ হোৱাৰ লগতে চেষ্টা কেতিয়াও এৰিব নেলাগে বুলি অন্থাইবাৰী ভিচিডিচিৰ সভাপতি আব্দুল জলিল খানে সংবাদ মধ্যমত প্ৰকাশ কৰে।

AssamAssamese NewsDaily time axomGuwahatiIndiaInternationalWorld
Comments (0)
Add Comment