Daily Time Axom

সদৌ অসম ছাত্ৰ সন্থাৰ অষ্টাদশ কেন্দ্ৰীয় অধিবেশনক লৈ আখৰাত ব্যস্ত হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ

0 44

সদৌ অসম ছাত্ৰ সন্থাৰ অষ্টাদশ কেন্দ্ৰীয় অধিৱেশনৰ ব্যাপক প্ৰস্তুতি। উখল মাখল হৈ পৰিব মৰিগাঁও। ২১ নৱেম্বৰৰ পৰা তিনিদিনীয়া কার্যসূচীৰে মৰিগাঁৱত অনুষ্ঠিত হ’বলগীয়া আছুৰ অধিৱেশনত সমাগম হ’ব দহ হাজাৰ প্ৰতিনিধিৰ । সমগ্ৰ ৰাজ্য বাসীৰ দৃষ্টি নিবদ্ধ থাকিব মৰিগাঁওত। যাৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি।কেইবা হাজাৰ ছাত্ৰ ছাত্ৰীয়ে একেলগে সমবেত সংগীতৰ আখৰা কৰিছে অধিবেশনস্থলীত।

Leave A Reply

Your email address will not be published.