Daily Time Axom

দিপাৱলীৰ  পূৰ্বে উচ্চ ন্যায়ালয়ৰ বিশেষ নিৰ্দেশনা

0 31

দিপাৱলীৰ পূৰ্বে কেৰালা উচ্চ ন্যায়ালয়ৰ বিশেষ নিৰ্দেশনা। আদালতে কৰ্তৃপক্ষক অভিযান চলাই সকলো ধৰ্মীয় স্থানত মজুত কৰি ৰখা ফটকা জব্দ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে।এতিয়াৰে পৰা ধৰ্মীয় স্থানত কোনো ধৰণৰ ফটকা ফুটিব নোৱাৰে। ভগৱানক সন্তুষ্ট কৰিবলৈ ফটকা ফুটাবলৈ কোনো আদেশ নাই শাস্ত্ৰত।উল্লেখ্য যে ৰাজ্যৰ মন্দিৰ আৰু গীৰ্জাসমূহত বাৰ্ষিক উৎসৱৰ সময়ত ফটকা ফুটুৱাটো সাধাৰণ কথা আৰু ই অতি অদ্ভুত সময়ত ঘটে। কিন্তু স্থানীয় ৰাইজৰ ক্ষোভৰ আশংকাত নিমাত হৈ থাকে ভুক্তভোগীসকল।চলি অহা এই পৰম্পৰাত হস্তক্ষেপ বিচাৰি কৰা এখন আবেদনৰ শুনানিত আদালতে এই পদক্ষেপ গ্ৰহণ কৰে।

Leave A Reply

Your email address will not be published.