Daily Time Axom

মৈৰাবাৰীৰ উলুৱাৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু

0 41

মৈৰাবাৰীৰ উলুৱাৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু।পৰিয়ালৰ লোকৰ সন্দেহ পুৰ্ব পৰিকল্পিত ভাৱে হত্যা কাণ্ড সংঘটিত কৰিছে স্বামী আচাদ আলীয়ে ।স্বামী আছাদ আলিয়ে হত্যাকাণ্ড সংঘটিত কৰি পলায়ন কৰে বুলি অভিযোগ উত্থাপন কৰে পৰিয়ালৰ লোকে ।চাৰি সন্তানৰ মাতৃ জৰিনা খাতুনৰ মৃত্যুত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে উলুৱাৰীত। মৈৰাবাৰীৰ উলুৱাৰীত চাৰি সন্তানৰ মাতৃৰ ৰহস্যজনক মৃত্যু স্বামী আছাদ আলি পলাতক।আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব বোৱাৰী গৰাকীৰ মৃত্যুৰ প্ৰকৃত ৰহস্য ।

Leave A Reply

Your email address will not be published.