Daily Time Axom

 চাওক আপোনাৰ আজিৰ দিনটো কেনে যাব-৬ নৱেম্বৰৰ ৰাশিফল

0 40

মেষ :কৃতিত্বৰ হোৱা সম্ভাৱনা আছে। শক্তি আৰু উদ্যম পূৰ্ণমাত্ৰাই থাকিব।ব্যৱসায়িক বিষয়ৰ বাবে ভাল হ’ব

বৃষ :এনে কোনো পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে যিয়ে প্ৰলোভনৰ সৃষ্টি কৰিব। আবেগিকভাৱে কাম কৰাৰ প্ৰৱণতাৰ সৃষ্টি হ’ব পাৰে।

মিথুন ৰাশি : অতীতৰ হাতত বন্দী হৈ থকাটো মুঠেও সঠিক নহয়। খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক।

কৰ্কট : সততাৰ সৈতে সমস্ত কাম কৰিব লাগিব। যিকোনো কামৰ ওপৰত নজৰ দিব লাগিব। স্বাস্থ্য ভাল হ’ব ।

সিংহ :যিকোনো কামতে সফলতা আহিব। যিকোনো সমস্যা এৰাই নচলি মোকাবিলা কৰিব লাগিব।

কন্যা : কোনো স্বাস্থ্যজনিত সমস্যা দেখা দিব পাৰে। সতৰ্ক হৈ থাকিব।

তুলা : নিৰাপত্তাহীনতা বোধ হ’ব পাৰে। নতুন কোনো প্ৰকল্পত এই সময়ত হাত নিদিয়াই ভাল।আৰ্থিক চিন্তা লাঘৱ হ’ব।

বৃশ্চিক : মনত অনিশ্চয়তা বোধ হ’ব পাৰে। যিকনো বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে।

ধনু ৰাশি :নিজৰ দায়িত্ব পালন কৰাৰ চেষ্টা কৰক।আত্মীয়ৰ পৰা আপুনি আৰ্থিক লাভ লাভ কৰিব পাৰে।

মকৰ ৰাশি : অপ্ৰয়োজনীয় খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক।পৰিয়ালৰ ফালৰ পৰা কিছু উৎসাহজনক খবৰ পাব পাৰে।

কুম্ভ ৰাশি : কোনো ব্যক্তিৰ কামৰ পৰা চিন্তাৰ খোৰাক লাভ কৰিব। স্বাস্থ্যৰ যত্ন লোৱা প্ৰয়োজন।

মীন ৰাশি : উচ্চাকাংক্ষা থাকিলেও বাস্তবক বুজি পাব লাগিব। যিকোনো পৰিকল্পনাৰ পথত ক’ত বাধা আহিব পাৰে সেয়া বুজিব লাগিব।

Leave A Reply

Your email address will not be published.