মৈৰাবাৰীত বুজন পৰিমাণৰ কফ চিৰাফ সহ দুজনক আটক

মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ আৰক্ষী থানাৰ পৰিদৰ্শক পংকজ দাসৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে মৈৰাবাৰী ব্লক কংগ্ৰেছৰ প্ৰাক্তন সভাপতিৰ গৃহত এক অভিযান চলাই বুজন পৰিমাণৰ নিষিদ্ধ কফ চিৰাফৰ বটল জব্দ কৰে। ইফালে আৰক্ষীৰ অভিযানত ড্ৰাগছ মাফিয়া ফিৰুজ
আহমেদ আৰু মাইনুল খানক গ্ৰেপ্তাৰ কৰে। ইপিনে আৰক্ষীয়ে অধিক তথ্যৰ বাবে ড্ৰগছ মাফিয়া দুজনক জেৰা অব্যাহত ৰাখে।

AssamAssamese NewsbollywoodDaily time axomDeathGuwahatiIndiaInternationalNew DelhiWorld
Comments (0)
Add Comment