বৃহস্পতিবাৰে ১২ বজাত মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ত জিলা আয়ক্তৰ উপস্থিত নৱ নিৰ্মিত ভৱন উন্মোচন।
অসমৰ স্বাস্থ্য বিভাগে প্ৰতিদিনে ৰাজ্যখনৰ স্বাস্থ্য খণ্ড উন্নয়নৰ বাবে বিভিন্ন প্ৰদক্ষেপ গ্ৰহণ কৰি আহিছে। আজি ৩০ খন বিচনাযুক্ত মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ত প্ৰসূতি আৰু স্ত্ৰীৰোগ বিভাগৰ এটা গৃহ শুভ উদ্ধোধন কৰে জিলা আয়োক্ত স্বপনীল পালে। এই গৃহটোৰ জড়িয়তে বৃহত্তৰ মাৰ্ঘেৰিটা মহকুমাৰ প্ৰসূতি আৰু স্ত্ৰীৰোগী সকলে বিভিন্ন সেৱা লাভ কৰিবলৈ সক্ষম হ’ব বুলি জিলা আয়ক্ত গৰাকীয়ে জানিবলৈ দিছে। অন্যহাতে ৰক্ত সংৰক্ষণ বিভাগ এটাও উন্মোচন জিলা আয়ক্ত গৰাকীয়ে।
Prev Post