Daily Time Axom

অনুষ্কা! বিশ্বকাপৰ মাজতে অভিনেত্ৰীগৰাকীৰ বেবী বাম্প স্পষ্ট

0 39

দ্বিতীয় বাৰৰ বাবে পিতৃ হ’বলৈ গৈ আছে বিৰাট কোহলি! কেইবাদিনো ধৰি চলি থকা জল্পনা-কল্পনাবোৰ কাৰ্যত হৈ পৰিছে। তাৰকা দম্পতীৰ ভাইৰেল ভিডিঅ’ দেখি অনুৰাগীসকলে কাৰ্যতঃ নিশ্চিত যে বিৰুষ্কাই দ্বিতীয় সন্তান জন্ম দিবলৈ ওলাইছে। কাৰণ ভিডিঅ’টোত অনুষ্কা শৰ্মাই বেবী বাম্প লৈ খোজ কাঢ়ি থকা দেখা গৈছে। বিশ্বকাপ (আইচিচি বিশ্বকাপ ২০২৩)ত ভাৰত বনাম নেদাৰলেণ্ড খেলৰ পূৰ্বে টিম ইণ্ডিয়াৰ হোটেল ভ্ৰমণ কৰিছিল বলীউডৰ অভিনেত্ৰীগৰাকীয়ে।

Leave A Reply

Your email address will not be published.