কলিয়াবৰৰ কুঠৰী গোহাঁইগাঁও খেৰদঙাৰ এজন লোক বনৰীয়া ম’হৰ আক্ৰমণ নিহত হয়।গৰু চৰাবলৈ আহোতে সেই অঞ্চলত কাজিৰঙাৰ পৰা ওলাই আহি কেইবাদিনো ধান খেতি খাই উপদ্ৰৱ চলাই থকা এটা বনৰীয়া ম’হৰ আক্ৰমণত নিহত হয় খেৰদঙাৰ উত্তম বাউৰি নামৰ নামৰ লোক জনৰ।বন বিভাগক বহুবাৰ অনুৰোধ জনোৱাৰ পিছত বনৰীয়া ম’হটো জনাঞ্চলৰ পৰা কাজিৰঙাৰ অভিমুখে খেদি পথোৱাৰ কোনো ব্যৱস্থা নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ আনহাতে ম’হৰ আক্ৰমণত উত্তম বাউৰি নিহত হোৱাৰ খবৰ দিয়াৰ পাছটো বনবিভাগৰ লোক বহু সময়লৈকে উপস্থিত নহোৱাৰো অভিযোগ আনে ৰাইজে।