সৰুপথাৰৰ নাওজানত চাঞ্চল্যকৰ ঘটনা

সৰুপথাৰৰ নাওজানত নিশা চাঞ্চল্যকৰ ঘটনা।নাওজানৰ বেতনিপথাৰৰ ৰেল লাইনত ক্ষত বিক্ষত অৱস্থাত উদ্ধাৰ কৰা হয় এটা মৃতদেহ।জানিব পৰা মতে নিশা ৰেল লাইনত পহৰা দি থকা অৱস্থাত তীব্ৰ বেগী ৰেলেৰ চেপাত থিতাতে নিহত এজন যুৱকজন।নিহত আৰক্ষীয়ে উদ্ধাৰ কৰি পৰিয়ালৰ লোকৰ সহযোগত মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটলৈ প্ৰেৰণ কৰিছে ।

AssamAssamese NewsbollywoodDaily time axomDeathGuwahatiIndiaInternationalNew DelhiWorld
Comments (0)
Add Comment