Daily Time Axom

চকচকা মণ্ডলৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ চেক বিতৰণ

0 33

ভাৰতীয় জনতা পাৰ্টিৰ সৰভোগ সমষ্টিৰ চকচকা ব্লক মণ্ডলৰ কাৰ্যালয়ত আজি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ জৰিয়তে সৰভোগ তথা বৰনগৰ অঞ্চলৰ ১০১ গৰাকী বিভিন্ন দুৰাৰোগ্য ৰোগত আক্ৰান্ত ৰোগীৰ মাজত চেক বিতৰণ কৰে৷চেক বিতৰণৰ সময়ত আজি চকচকা ব্লক মণ্ডলৰ সভাপতি অজয় কুমাৰ দাস,বিজেপি নেতা তথা বৰপেটা নগৰ উন্নয়ন নিগমৰ অধ্যক্ষ মহেন্দ্ৰ দাসৰ লগতে যুৱ-মৰ্চা,মহিলা মৰ্চা কৃষক মৰ্চাৰ নেতা-কৰ্মী উপস্থিত থাকে৷

Leave A Reply

Your email address will not be published.