Daily Time Axom

সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত সমগ্ৰ অসমতে চলিছে অসম সাংস্কৃতিক মহাসংগ্ৰাম

0 40

সৰভোগৰ পৌৰসভাৰ ফালৰপৰা উত্তৰগনকগাড়ী কালী মন্দিৰৰ জননেতা ঘনশ্যাম তালুকদাৰ স্মৃতি মঞ্চত পৌৰসভা পৰ্যায়ৰ প্ৰতিযোগিতাঃ

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত সমগ্ৰ অসমতে চলিছে অসম সাংস্কৃতিক মহাসংগ্ৰাম-২০২৩,আজি পুৱা ১১ বজাত বৰপেটা জিলাৰ সৰভোগৰ উত্তৰগনকগাড়ী কালী মন্দিৰৰ জননেতা ঘনশ্যাম তালুকদাৰ স্মৃতি মঞ্চত পৌৰসভা পৰ্যায়ৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়,অসম সাংস্কৃতিক মহাসংগ্ৰাম-২৩ ৰ বাবে সৰভোগৰ যিসকল শিল্পীয়ে নিজৰ নাম পঞ্জীয়ন কৰিছিল,সেই সকল শিল্পীয়ে নিৰ্ধাৰিত স্থানত সময়মতে উপস্থিত হৈ-জ্যোতি সংগীত,বিষ্ণুৰাভা সংগীত,ভূপেন্দ্ৰ সংগীত,ৰবীন্দ্ৰ সংগীত,বিহু নৃত্য আৰু অসমৰ লোকনৃত্য(দলীয়)অংশগ্ৰহণ কৰে৷

*সৰভোগৰ পৰা ছহিজুল আলিৰ ৰিপ’ৰ্ট*

Leave A Reply

Your email address will not be published.