কৰ্মশালাত অংশগ্ৰহণ BTR প্ৰধান প্ৰমোদ বড়ো সহ BTRৰ MCLA তথা EM সকলৰ।
২০২৫ ৰ ভিতৰত শিশুৰ বাবে সুৰক্ষিত BTR গঢ়াৰ লক্ষ্য।
BTR ৰ প্ৰতিটো পৰিষদীয় সমষ্টিৰ বাবে শিশু সুৰক্ষাৰ নামত পাছ লাখ থকাকৈ নিৰ্ধাৰণ। আজি ইউনিচেফ আৰু CDPS নামৰ সংস্থাটোৰ ফালৰ পৰা কেইবাগৰাকীও ব্যক্তি উপস্থিত থাকি শিশু অধিকাৰ সম্পৰ্কে কৰ্মশালাত বক্তব্য আগবঢ়াই।
ভাৰত-ভূটান সীমান্তত প্ৰায়ে মানৱ সৰবৰাহ আৰু শিশু শ্ৰমিকৰ দৰে ঘটনা সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্ত্যৱ আৰু পদক্ষেপ লোৱাৰ কথা উল্লেখ প্ৰমোদ বড়োৰ। সমান্তৰাল ভাবে শীঘ্ৰেই BTR অঞ্চলৰ প্ৰতিখন বিদ্যালয়ত শিশু সভা (बाल सभा) অনুষ্ঠিত কৰাৰ বাবে স্কুল পৰিদৰ্শক সমূহক নিৰ্দেশ প্ৰদান প্ৰমোদ বড়োৰ।