হাটশিঙিমাৰীত পুনৰ আন এদল অংগনৱাদী কৰ্মীৰ প্ৰতিবাদ

দক্ষিণ শালমাৰা মানকাচৰ জিলা আয়ুক্তক অভিযোগ দাখিল কৰে।

আজি দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীত ফেকামাৰী‌ শিশু উন্নয়ন প্ৰকল্পত কৰ্মৰত অংগনৱাদী কৰ্মী সকলে উপস্থিত হয় আৰু জিলা আয়ুক্তক এখন লিখিত অভিযোগ দাখিল কৰে।
উল্লেখ্য যে অভিযোগ মতে ফেকামাৰী শিশু সংশত উন্নয়ন প্ৰকল্প বিষয়া মাতুলী শইকীয়াই অংগনবাদী কেন্দ্ৰত কোনো ধৰণৰ আৱণ্টিত কৰা নাই।

কিন্তু প্ৰতিবাদী এইসকল মহিলাৰ মতে চাউল ; মটৰ ; ডাল; খিজিৰি ;সুজি আৰু অন্যান্য সামগ্ৰী আদি তেওঁ সঠিকভাৱে আদায় দিয়ে বুলি কয় আৰু লগতে বস্তুৰ পৰিপূৰ্ণ বিল আদায় দিয়েও বুলিও অংগনৱাদী কৰ্মীসকলে মন্তব্য দিয়ে।

AssamDaily time axomGuwahatiIndiaInternationalNew DelhiWorld
Comments (0)
Add Comment