UPPL আৰু বিজেপিৰ যৌথ উদ্যোগত মানাস সেৰফাং উন্নতি আঁচনিৰ পদযাত্ৰা

বিভিন্ন আঁচনিৰ অধীনত ১৪টা কৈ আধাৰ শিলা স্থাপন।

চিৰাংজিলাৰ বিজনী মানাস সেৰফাং পৰিষদীয় সমষ্টিৰ UPPL আৰু বিজেপিৰ যৌথ উদ্যোগত আজি বৃহত্তৰ মানাস সেৰফাং পৰিষদীয় সমষ্টিত দিন যোৰা কাৰ্যসূচীৰে ১৪টা কৈ আধাৰশিলা স্থাপন কৰে মানাস সেৰফাং সমষ্টিৰ পৰিষদ ধনঞ্জয় বসুমতাৰীয়ে । উক্ত আধাৰশিলা স্থাপন কৰা পিছত পৰিষদ ধনঞ্জয় বসুমতাৰীয়ে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে যে আজিৰ দিনত UPPLআৰু বিজেপি চৰকাৰে কোনো উন্নয়ন কৰিব পৰা নাই বুলি বিভিন্ন ৰাজনৈতিক দলে সমালচনা কৰি আহিছে । আজি এদিনতে মানাস সেৰফাং সমষ্টিত বিভিন্ন আচনিৰ অধীনত ১৪টাকৈ আধাৰ শিলা স্থাপন কৰি ।

AssamAssamese NewsDaily time axomIndiaWorld
Comments (0)
Add Comment