ক্ৰমান্বয়ে ভাল হৈছে শ্ৰেয়াছৰ শৰীৰ

সকলো ঠিকে থাকিলে সোমবাৰে নিশা শ্ৰেয়াছক ডিচচাৰ্জ দিব । এই কথা তেওঁৰ পৰিয়ালে জনাইছে। বৃহস্পতিবাৰে তেওঁৰ হাৰ্ট এটেক হয়। লগে লগে অভিনেতাগৰাকীক আন্ধেৰীৰ প্ৰথম শ্ৰেণীৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। তেওঁৰ এঞ্জিওপ্লাষ্টি কৰা হৈছিল। শুকুৰবাৰে চিকিৎসকৰ দলটোৱে জনোৱা মতে, শ্ৰেয়াছৰ অৱস্থা উন্নত হৈছে। তেওঁৰ পত্নী দীপ্তিয়ে চকু মেলিছে বুলি জনাইছে। অভিনেতাজনে সকলোকে চিনি পাইছে আৰু চিনাকি মানুহলৈ চাই হাঁহিছে ।

AssamAssamese NewsDaily time axomGuwahatiIndiaInternationalNew DelhiWorld
Comments (0)
Add Comment