Daily Time Axom

দীৰ্ঘদিনীয়া সমস্যাৰ সমাধান হ’ব পশ্চিম বিলাসীপাৰাৰ চৰাঞ্চলবাসীৰ

0 27

বহু জল্পনা-কল্পনাৰ অন্তত আৰম্ভ হ’ল নায়েৰ আলগা মডেল কলেজৰ আৰ্থফিলিঙৰ কাম।

বহু বিতৰ্কৰ পিছত নায়েৰ আলগা মডেল কলেজ নায়েৰ আলগাতে হোৱাৰ পথত।

বিলাসীপাৰা পশ্চিম আৰু পূৱ সমষ্টিৰ বিধায়কদ্বয়ৰ প্ৰচেষ্টা আৰু আমছুৰ বহু ঘাত-প্ৰতিঘাতৰ ফলত নায়েৰ আলগা মডেল কলেজখন অৱশেষত নায়েৰ আলগাতে স্থাপিত হোৱাৰ পথত।

আজি ঠাইখিনিত উপস্থিত হয় ধুবুৰী জিলা উপায়ুক্ত দিবাকৰ নাথ ।

ধুবুৰী জিলাৰ পশ্চিম বিলাসীপাৰাৰ অন্তৰ্গত নায়েৰ আলগা মডেল কলেজকলৈ বহুদিনৰে পৰা এটা বিতৰ্ক চলি আছিল যদিও বিধায়ক হাফিজ বছিৰ আহমেদৰ নেতৃত্বত আৰু বিধায়কে বনাই দিয়া AIUDF ৰ সজাতি দলৰ লগতে  AAMSU ৰ এটা সজাতি দলৰ সদস্য কেইজনৰ তৎপৰতাত নায়েৰ আলগা মডেল কলেজখনৰ কাম তীব্ৰ গতিত চলি থকা পৰিলক্ষিত হয়।

Leave A Reply

Your email address will not be published.