Daily Time Axom

নগাঁও জিলা সমিতিৰ উদ্যোগত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ যোগদান কাৰ্য্যসূচী

0 31

নগাঁও জিলা সমিতিৰ উদ্যোগত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ চমুকৈ (ASSP) ৰ নগাঁও প্ৰশান্তি ভৱনত যোগদান কাৰ্যসূচী । অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি মুচাব্বিৰ আলী আহমেদ আৰু কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি আবুবক্কৰ ছিদ্দিকৰ নেতৃত্বত যোগদান কাৰ্যসূচীত নগাঁও জিলাৰ প্ৰাক্তন NSUI ৰ সাধাৰণ সম্পাদক ছহিদুল ইছলাম আৰু মৌচুমী আচমাই যোগদান কৰে ।
ইফালে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদত যোগদান কৰি নগাওঁ জিলাৰ প্ৰাক্তন NSUI ৰ সাধাৰণ সম্পাদক ছাহিদুল ইছলামে কংগ্ৰেছ দলৰ বিৰোধে আপত্তিজনক মন্তব্য কৰে ।

Leave A Reply

Your email address will not be published.