মুকালমুৱাস্থিত আদৰ্শ জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী সমাৰোহৰ সফল সামৰণি

দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় ৰূপালী জয়ন্তী সমাৰোহৰ।

মুকলি সভাৰ সভাপতি উমাচৰন মেধিৰ সভাপতিত্বত আয়োজিত সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে গুৱাহাটীস্থিত প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ মনোজ কুমাৰ মহন্ত, নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ প্ৰানী বিঞ্জান বিভাগৰ সহকাৰী অধ্যাপক ড০ মকিবুৰ ৰহমান। আনহাতে, সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ উদ্ধোধন কৰে বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মনে।
সন্ধিয়া পল আকাশ আৰু মিছ মমীৰ গীতৰ শৰাইৰ লগতে বাৰেৰহনীয়া সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হয়।

AssamAssamese NewsDaily time axomGuwahatiIndiaInternational
Comments (0)
Add Comment