খৰচ কমোৱাৰ বাবে আফগানিস্তানত গণ বিবাহৰ আয়োজন

খৰচ কমোৱাৰ বাবে আফগানিস্তানত গণ বিবাহৰ আয়োজন কৰা হয়। শেহতীয়াকৈ আফগানিস্তানৰ ৰাজধানী কাবুলত এক গণ বিবাহ অনুষ্ঠানত ৫০ যোৰ দৰা-কইনাৰ বিবাহ হয়। দৰিদ্ৰ দেশখনত বিবাহৰ আকাশলংঘী খৰচ কমোৱাৰ বাবে এনে যৌথ কাৰ্যসূচী সাধাৰণ হৈ পৰিছে। প্ৰসংগক্ৰমে ২০২১ চনৰ আগষ্ট মাহত আফগানিস্তানত তালিবান ক্ষমতালৈ আহিছিল। তেতিয়াৰ পৰাই তালিবান চৰকাৰে সেই দেশত নৃত্য-গীতক ইছলাম বিৰোধী বুলি বিবেচনা কৰি আহিছে। আৰু ইয়াক কঠোৰভাৱে নিষিদ্ধ কৰা হৈছে। গতিকে বিবাহ এতিয়া আৰু সম্ভৱ নহয়। তদুপৰি বিবাহৰ বিশাল খৰচ চম্ভালিবলৈ গণ বিবাহৰ আয়োজন কৰা হৈছে।
ৰুহুল্লাহ ৰিজাই নামৰ ১৮ বছৰীয়া যুৱকে কয় যে তেওঁ অকলে বিয়াৰ আয়োজন কৰিবলৈ অক্ষম। বিয়াৰ ব্যৱস্থাত দুইৰ পৰা ডেৰ-দুই লাখ আফগানীৰ খৰচ হয়। ৰাজহুৱা বিবাহত ১০ৰ পৰা ১৫ হাজাৰ হৈ পৰে।

AssamAssamese NewsbollywoodDaily time axomGuwahatiIndiaInternationalNew DelhiWorld
Comments (0)
Add Comment