Daily Time Axom

বিজনীত অসম সাহিত্য সভাৰ ১০৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

0 36

চিৰাং জিলা সাহিত্য সভা আৰু বিজনী শাখা সাহিত্য সভাৰ যৌথ উদ্যোগত বুধবাৰে বিজনীত অসম সাহিত্য সভাৰ ১০৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় ।

বিজনী শাখা সাহিত্য সভাৰ কাৰ্যালয়ৰ বিষ্ণুৰাভা ভৱনত উদযাপন কৰা হয় অসম সাহিত্য সভাৰ ১০৭ তম্ প্ৰতিষ্ঠা দিৱস।

বিজনী শাখা সাহিত্য সভাৰ সম্পাদক হেমেন শৰ্মাই আঁত ধৰা উক্ত অনুষ্ঠানত অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে চিৰাং জিলা সাহিত্য সভাৰ সভাপতি হৰিলাল বায়নে আৰু স্মৃতি তৰ্পণ কৰে বিজনী শাখা সাহিত্য সভাৰ সদস্য তথা বিজনী বান্ধৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী শিক্ষক যোগেশ শৰ্মাই।

Leave A Reply

Your email address will not be published.