ভূ-চোৰাংচোৱাৰ তথ্য সংগ্ৰহ কৰিব ইছৰো

ভূ-চোৰাংচোৱাৰ তথ্য সংগ্ৰহৰ ক্ষেত্ৰত আগবাঢ়িব ভাৰতীয় মহাকাশ গৱেষণা ইছৰো। অহা ৫ বছৰত ৫০ টা উপগ্ৰহ উৎক্ষেপণৰ পৰিকল্পনা কৰিছে। বৃহস্পতিবাৰে আই আই টি বম্বেৰ ‘টেক ফেষ্ট’ত এই কথা কয় ইছৰোৰ অধ্যক্ষ এছ সোমনাথে। সৈন্যৰ গতিবিধি অনুসৰণ কৰিব পৰা আৰু হাজাৰ হাজাৰ কিলোমিটাৰ দূৰত্বৰ ছবি প্ৰেৰণ কৰিব পৰা এই উপগ্ৰহসমূহ মহাকাশৰ বিভিন্ন কক্ষপথত স্থাপন কৰা হ’ব। ইছৰোৰ মুৰব্বীয়ে এইদৰে জনায় ।

AssamAssamese NewsDaily time axomGuwahatiIndiaInternationalWorld
Comments (0)
Add Comment