Daily Time Axom

লক্ষদ্বীপত কি কৰিলে প্ৰধানমন্ত্ৰীয়ে

0 61

তেওঁ সদায় সকলোকে আচৰিত কৰি ভাল পায়। এইবাৰো ইয়াৰ ব্যতিক্ৰম নাছিল। আজি লক্ষদ্বীপত সাগৰত সাঁতুৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। যিখন ছবি ছ’চিয়েল মিডিয়াত ধুমুহাৰ দৰে বিয়পি পৰিল। সেই ফটোখন নিজৰ এক্স হেণ্ডেলত পোষ্ট কৰি তেওঁ কয় যে লক্ষদ্বীপলৈ যোৱাৰ পিছত তেওঁৰ এটা বেলেগ অনুভৱ হৈছে। এই ধৰণৰ অভিজ্ঞতা পাই জীৱনটো যেন ধন্য তেওঁ। কোনোবাই যদি জীৱনত দুঃসাহসিক কাম বিচাৰে তেন্তে তেওঁ লক্ষদ্বীপলৈ যাব লাগিব বুলিও কয় প্ৰধানমন্ত্ৰীয়ে। প্ৰধানমন্ত্ৰীয়ে নিজৰ এক্স হেণ্ডেলত পানীৰ তলৰ জীৱন আৰু তাত থকা জীৱ-জন্তুৰ ছবিও শ্বেয়াৰ কৰে।

Leave A Reply

Your email address will not be published.