Daily Time Axom

বাইহাটাৰ বিহদিয়াত কংগ্ৰেছ তথা ৰাহুল গান্ধীৰ বিৰুদ্ধে সৰৱ সাংসদ দিলীপ শইকীয়া

0 36

কংগ্ৰেছ দলটোৱে অসমীয়া জাতীয় জীৱনলৈ সৰ্বনাশ মাতি আনিছে।কংগ্ৰেছ দলটোৱে অবৈধ নাগৰিকক ভোটাধিকাৰ দি,ৰেচন কাৰ্ড দি গুজেই গজালিলৈ ৰূপান্তৰ হোৱাৰ সুবিধা দিয়া বুলি উল্লেখ কৰে সাংসদ দিলীপ শইকীয়াই।লগতে তেওঁ কয় যে সাধাৰণ জনতাৰ অধিকাৰ সৰ্ব কৰা এই কংগ্ৰেছ দলে ন্যায় যাত্ৰা কৰাৰ কোনো প্ৰয়োজন নাই। মৌলানা বদৰু দ্দিন আজমল সম্পৰ্কেও সাংসদ দিলীপ শইকীয়াই কয় যে নিৰ্বাচনৰ সময়ত আজমলে আজান বন্ধ কৰা, গোঁ মাংস খোৱা বন্ধ কৰি দিব বুলি সাম্প্ৰদায়িক মন্তব্য কৰা বুলি উল্লেখ কৰে সাংসদ দিলীপ শইকীয়াই।ৰাম মন্দিৰকলৈয়ো কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় সাংসদ গৰাকীয়ে। বাইহাটাৰ বিহদিয়া চকত উচ্চ সম্পন্ন লাইটৰ উদ্বোধনী অনুষ্ঠানত এনেদৰে সংবাদ মাধ্যমৰ এনেদৰে ধৰণৰ কিছু গুৰুত্বপূৰ্ণ মন্তব্য কৰে সাংসদ দিলীপ শইকীয়াই।

Leave A Reply

Your email address will not be published.