Daily Time Axom

গাঁৱৰ ৰাইজে জ্বলাই দিলে চুৰি গাড়ী,কিন্তু ক’ত

0 54

আজি দিনৰ ভাগত এটা বিশেষ সম্প্ৰদায়ৰ দুজন যুৱকে চুৰি বাহনেৰে ডামাল গাঁৱলৈ আহি উক্ত গাঁওখনত গৰু চুৰি কৰাৰ চেষ্টা চলোৱা বুলি জানিব পৰা গৈছে।

গাঁৱৰ একাংশ লোকে প্ৰত্যক্ষ কৰি ধৰি মাৰপিট কৰে। কোনোবাই আৰক্ষীক খবৰ দিলে আৰু তেওঁলোকৰ তাৎক্ষণিক হস্তক্ষেপৰ বাবে অভিযুক্ত চোৰৰ জীৱন ৰক্ষা কৰিব পৰা যাব।

দোষীয়ে ব্যৱহাৰ কৰা চুৰি গাড়ীখন গাঁৱৰ ৰাইজে জ্বলাই দিয়ে।

আহতসকলক চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে আৰু তেওঁলোক বিপদৰ বাহিৰত।

Leave A Reply

Your email address will not be published.