Daily Time Axom

তেজপুৰ বিধানসভা সমষ্টিত আজি আনুষ্ঠানিক ভাৱে ৬,৭৪০ খন নতুন ৰেচন কাৰ্ড বিতৰণ

0 48

তেজপুৰ বিধানসভা সমষ্টিত আজি আনুষ্ঠানিক ভাৱে ৬,৭৪০ খন নতুন ৰেচন কাৰ্ড আনুষ্ঠানিক ভাৱে বিতৰণৰ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে মন্ত্ৰী পীয়ূষ হাজৰিকাই । এই কাৰ্ড সমূহে সমষ্টিৰ ২৯,৬৬৮ গৰাকী ব্যক্তিক উপকৃত কৰিব বুলি মন্তব্য কৰে মন্ত্ৰী পীয়ূষ হাজৰিকাই । শ্বহীদ বাকৰি, মাজগাঁওত অনুষ্ঠিত এই অনুষ্ঠানত সাংসদ পল্লব লোচন দাস, বিধায়ক পৃথ্বীৰাজ ৰাভা , শোণিতপুৰ জিলা পৰিষদৰ অধ্যক্ষা ডলী চুৰিণ, তেজপুৰ পৌৰসভাৰ অধ্যক্ষ প্ৰজ্ঞানু ভট্টাচাৰ্য, তেজপুৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ বিৰাজ নাথ, জিলা আয়ুক্ত, জিলা বিজেপিৰ সভানেত্ৰী দিপামনি শইকীয়া সহিতে প্ৰশাসনৰ বিষয়াবৰ্গ উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.