Daily Time Axom

দক্ষিণ শালমাৰাত এটা দুঃসংবাদে জৰুৱা বন্দিহানা বাসীক মৰ্মাহত কৰিছে

0 39

দক্ষিন শালমাৰাৰ বন্দিহানা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ ইয়াকুব আলীৰ আচৰিত মৃত্যুৱে জোকাৰি গৈছে অঞ্চলবাসীক৷
বন্দিহানা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ইয়াকুব আলীৰ আজি পুৱাৰ ভাগত গুৱাহাটী NEMCARE HOSPITALS মৃত্যু হৈছে৷
পৰহি দিনা হঠাত বুকুত বিষ হোৱাত আৰক্ষী বিষয়াগৰাকীক প্ৰথমে বিলাসীপাৰা আৰু পিছত গুৱাহাটী নেমকেয়াৰ হস্পিতেলত ভৰ্তি কৰে৷
আজি উক্ত হস্পিতেলতেই আৰক্ষী বিষয়াগৰাকীৰ মৃত্যু হয়৷
বিষয়াগৰাকীৰ ঘৰ গোৱালপাৰা জিলাৰ ময়লাপথাৰত ঘৰ আছিল বুলি জানিব পৰা গৈছে৷
তেওঁ এগৰাকী সহজ সৰল ,সুদক্ষ,ধৰ্মপ্ৰাণ ব্যক্তি আছিল৷

মানকাচৰৰ পৰা মণিৰুল ইছলামৰ ৰিপৰ্ট

Leave A Reply

Your email address will not be published.