Daily Time Axom

অসম আন্দোলনৰ বৰনগৰৰ দুই বীৰ শ্বহীদ হৰপতি তালুকদাৰ আৰু শ্বহীদ অমিয় নাথৰ পৱিত্ৰ সোঁৱৰণত শ্বহীদ দিৱস উদযাপনঃ

0 34

অসম আন্দোলনৰ বৰনগৰৰ দুই গৰাকী বীৰ শ্বহীদ হৰপতি তালুকদাৰ আৰু শ্বহীদ অমিয় নাথৰ সোঁৱৰণত আজি সৰভোগৰ শ্বহীদ ভৱনত বৰনগৰ ছাত্ৰ সন্থাৰ উদ্যোগত শ্বহীদ দিৱস উদযাপন কৰা হয়।
অসম আন্দোলনৰ সময়ত শ্বহীদ হোৱা দুই মহান বীৰ শ্বহীদৰ স্মৃতিত বৰনগৰ ছাত্ৰ সন্থাই আয়োজন কৰা শ্বহীদ দিৱসত অংশ গ্ৰহন কৰি বীৰ শ্বহীদ দুগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে বৰনগৰবাসী ৰাইজে৷
বৰনগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ধৃতিমান দাসে পুৱা পতাকা উত্তোলন কৰে,সাধাৰণ সম্পাদক ধৃতিমান শৰ্মাই স্মৃতি তৰ্পণ আৰু শ্বহীদ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে শ্বহীদ পৰিয়ালে৷

Leave A Reply

Your email address will not be published.